Be positive
Be positive
  • 413
  • 40 591 395
এই জন্মাষ্টমীত ঘৰলৈ আনক এটা বিশেষ বস্তু | সকলো বাধা আতৰিব | জন্মাষ্টমীত কি নকৰিব | Janmashtami 2024
এই জন্মাষ্টমীত ঘৰলৈ আনক এটা বিশেষ বস্তু | সকলো বাধা আতৰিব | জন্মাষ্টমীত কি নকৰিব | Janmashtami 2024
#janmashtami #janmashtami2024 #motivational
About This Video :-
ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত কেনেকৈ ভগৱানক পূজা অৰ্চনা কৰিব? শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত ঘৰলৈ এটা বিশেষ বস্তু আনিলে জীৱনৰ সকলো দুখ কষ্ট দূৰ হ'ব লগতে কেতিয়াও আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন নহয়। জন্মাষ্টমীৰ ব্ৰত কেনেকৈ ৰাখিব, সেই দিনা ঘৰলৈ কি বস্তু আনিব সকলো থাকিব এই ভিডিঅটোত।
Your Queries :-
janmashtami 2024
janmashtami 2024 mein kab hai
जन्माष्टमी 2024 में कब है
janmashtami 2024 date and time
janmashtami 2024 status
জন্মাষ্টমী 2024
জন্মাষ্টমী পূজা পদ্ধতি
জন্মাষ্টমী ২০২৪
কৃষ্ণ জন্মাষ্টমী ২০২৪
janmashtami 2024 sothik somoi
janmashtami puja vidhi
janmashtami vrat vidhi
janmashtami par kya kare
ghar mein mor pankh kaha rakhe
jai shree krishna
assamese spiritual gyan
ভগৱানৰ কথা
#motivationalspeech #motivationalvideo #motivation #krishnajanmashtami #krishna #krishnabhuyan #krishnabhajan #jaishreekrishna #janmastami #janmashtamispecial #janmashtamiwhatsappstatus
Переглядів: 7 031

Відео

ভগৱানক পূজা নকৰিলেও হ'ব | আজিয়েই গঢ়ি তোলক এই ৪টা অভ্যাস | God Motivation | 4 life changing habits |
Переглядів 18 тис.2 години тому
ভগৱানক পূজা নকৰিলেও হ'ব | আজিয়েই গঢ়ি তোলক এই ৪টা অভ্যাস | God Motivation | 4 life changing habits | #motivational #bhagwan #pujapath About This Video :- ভগৱানক অনবৰতে পূজা প্ৰাৰ্থনা নকৰিলেও হ'ব। যদিহে আপুনি নিয়মীয়াকৈ ৪টা অভ্যাস গঢ়ি তোলে। কোন ৪টা অভ্যাস গঢ়ি তুলিলে এজন মানুহ কেতিয়াও দুখীয়া হ'ব নালাগে সেয়া উল্লে আছে এই ভিডিঅটোত। Your Queries :- ৪টা অভ্যাস গঢ়িলে ভগৱানক প্ৰাৰ্থনা নকৰিলেও হ'ব 4 morni...
আদাৰ সৈতে গুৰ মিহলাই ১৫ দিন খাওক | অদ্ভুত চমৎকাৰ ঘটিব | Best home remedies | Health benifits ||
Переглядів 22 тис.4 години тому
আদাৰ সৈতে গুৰ মিহলাই ১৫ দিন খাওক | অদ্ভুত চমৎকাৰ ঘটিব | Best home remedies | Health benifits || #healthy #ginger #motivational About This Video :- আদা আৰু গুৰ। এই দুয়োটাই স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই দুয়োটা যেতিয়া মিশ্ৰণ কৰি এক নিৰ্দিষ্ট পৰিমাণে খোৱা হয় তেতিয়া শৰীৰত এক আচৰিত উপকাৰ সাধন হয়। আদা আৰু গুৰ মিহলাই খালে কি হয় সেয়া উল্লে আছে এই ভিডিঅটোত। Your Queries :- আদাৰ সৈতে গুৰ মিহলাই খালে কি হ...
ৰাতিপুৱা উঠিয়েই নাৰীৰ এই অংগ মনে মনে স্পৰ্শ কৰক || এনে কৰিলে পুৰুষ ধনৱান হয় || Assamese Motivation
Переглядів 13 тис.7 годин тому
ৰাতিপুৱা উঠিয়েই নাৰীৰ এই অংগ মনে মনে স্পৰ্শ কৰক || এনে কৰিলে পুৰুষ ধনৱান হয় || Assamese Motivation #motivational #devi #motivation About This Video :- এগৰাকী নাৰীৰ কোনটো অংগ ৰাতিপুৱা উঠিয়েই স্পৰ্শ কৰিলে মানুহ ধনৱান হয়? এগৰাকী নাৰীয়ে কোন ৪টা বস্তুৰ পৰা সদায় দূৰত্ব বজায় ৰাখিব লাগে? এই ৪টা বস্তুৰ পৰা দূৰত্ব বজাই নাৰাখিলে নাৰী গৰাকীৰ কেনেকুৱা বিপদ হ'ব পাৰে সকলো উল্লে আছে এই ভিডিঅটোত। Your Queries :...
এই পাচলিৰ শক্তি জানিলে হতবাক হ'ব আপুনি | ১২টা বেমাৰ ভাল কৰাৰ চমৎকাৰী শক্তি আছে | Kundru benefits
Переглядів 18 тис.День тому
এই পাচলিৰ শক্তি জানিলে হতবাক হ'ব আপুনি | ১২টা বেমাৰ ভাল কৰাৰ চমৎকাৰী শক্তি আছে | Kundru benefits #motivational #assamese #healthy About This Video সচৰাচৰ আমাৰ এবিধ চিনাকি পাচলি হৈছে কুণ্ডুলি। আপুনি এলাগী কৰা এই পাচলিবিধৰ আছে অদ্ভুত চমৎকাৰী শক্তি। বিশেষকৈ মধুমেহ ৰোগীৰ বাবে ই হৈছে মহৌষধ। কুণ্ডুলিৰ চমৎকাৰী শক্তিৰ বিষয়ে উল্লে আছে এই ভিডিঅটোত। Your Queries কুণ্ডুলিৰ ঔষধি গুণ kunduru benefits মধুমেহৰ...
এই ৩টা গুণ থকা সন্তানেই নিজৰ মাক দেউতাকক কষ্ট দিয়ে | Assamese motivational Video | Assamese Video ||
Переглядів 38 тис.14 днів тому
এই ৩টা গুণ থকা সন্তানেই নিজৰ মাক দেউতাকক কষ্ট দিয়ে | Assamese motivational Video | Assamese Video || #assamese #motivationalspeech #parents About This Video :- আজি কালি প্ৰায়েই সন্তানৰ পৰা দু কষ্ট পায় মাক দেউতাকে। বিশেষকৈ বৃদ্ধ বয়সত একাংশ সন্তানে মাক দেউতাকৰ যি অৱস্থা কৰে সেয়া অতি হৃদয়বিদাৰক। কোনবোৰ সন্তানে মাক দেউতাকক কষ্ট দিয়ে, বা মাক দেউতাকক কষ্ট দিয়া সন্তানৰ গাত কি কি গুণ বা লক্ষণ থাকে সেয়া...
সকলো চেষ্টা কৰিও যেতিয়া ইচ্ছা পূৰণ নহয় তেন্তে ৰাতিপুৱাই ব্ৰহ্মাণ্ডক কওক এই ২টা শব্দ | brahma muhurta
Переглядів 34 тис.14 днів тому
সকলো চেষ্টা কৰিও যেতিয়া ইচ্ছা পূৰণ নহয় তেন্তে ৰাতিপুৱাই ব্ৰহ্মাণ্ডক কওক এই ২টা শব্দ | brahma muhurta #assamese #brahmamuhurtha #manifest About This Video :- সকলো চেষ্টা কৰিও যেতিয়া ইচ্ছা পূৰণ কৰিব নোৱাৰে তেন্তে ৰাতিপুৱাই ব্ৰহ্মাণ্ডক কওক এই ২টা শব্দ। সঠিক সময়ত সঠিকভাৱে আপোনাৰ ইচ্ছা ব্ৰহ্মাণ্ডলৈ প্ৰেৰণ কৰিব পাৰিলে পূৰণ হৈ যাব মনোকামনা। এই কথাখিনিয়ে উল্লে আছে ভিডিঅটোত। Your Queries :- manifestatio...
‌কেদাৰনাথত অদ্ভুত চমৎকাৰ | হঠাৎ এগৰাকী মহিলাৰ সন্মুখত সাপেই সাপ | kedarnath mystery story
Переглядів 111 тис.14 днів тому
‌কেদাৰনাথত অদ্ভুত চমৎকাৰ | হঠাৎ এগৰাকী মহিলাৰ সন্মুখত সাপেই সাপ | kedarnath mystery story #kedarnath #kedarnathtemple #mystery About This Video কেদাৰনাথ মন্দিৰৰ বহু চমৎকাৰ আছে। অদ্ভুত ৰহস্যৰে ভৰপূৰ কেদাৰনাথ মন্দিৰ দৰ্শনৰ বাবে এবাৰ এগৰাকী মহিলা গৈছিল। মহিলাগৰাকীক হঠাৎ কেইবাটাও সৰ্পই বাট ভেটি ধৰিছিল। সেয়া দেখি সকলো হতবাক হৈ পৰিছিল। আচলতে মহিলাগৰাকীক কিয় সৰ্পই বাট ভেটি ধৰিছিল? সকলো ৰহস্য আছে এই ভি...
দুবাৰ গৰম কৰি এই খাদ্য ভুলটো নাখাব | নহ'লে বিষক্ৰিয়া হ'ব | 8 foods that turn toxic if heated again |
Переглядів 82 тис.21 день тому
দুবাৰ গৰম কৰি এই খাদ্য ভুলটো নাখাব | নহ'লে বিষক্ৰিয়া হ'ব | 8 foods that turn toxic if heated again #motivational #assamese #food #healthy About This Video দুবাৰ গৰম কৰি কিছুমান খাদ্য ভুলটো নাখাব। কিছুমান খাদ্য বাৰে বাৰে গৰম কৰি খালে ভয়ংকৰ বিষক্ৰিয়া হ'ব পাৰে। কোন কেইবিধ খাদ্য বাৰে বাৰে গৰম কৰি খাব নালাগে সেয়া উল্লে আছে এই ভিডিঅটোত। Your Queries 8 foods that turn toxic if heated again কোনবোৰ খাদ্...
ব্ৰহ্মমূহুৰ্তত উঠিয়েই এই ৩টা শব্দ উচ্চাৰণ কৰিলে যি বিচাৰে সকলো পাব || Brahma muhurta || Motivation |
Переглядів 95 тис.21 день тому
ব্ৰহ্মমূহুৰ্তত উঠিয়েই এই ৩টা শব্দ উচ্চাৰণ কৰিলে যি বিচাৰে সকলো পাব || Brahma muhurta || Motivation | #motivational #brahmamuhurtha #assamese About This Video :- প্ৰকৃতিয়ে আমাক দিয়া ৰহস্যময় সময়খিনিয়েই হৈছে ব্ৰহ্মমূহুৰ্তৰ সময়খিনি। এই সময়খিনিৰ সঠিক প্ৰয়োগ কৰি মনে বিচৰা সকলো আপুনি লাভ কৰিবলৈ সক্ষম হব। এই সয়খিনিত তিনিটা শব্দ উচ্চাৰণ কৰি আৰু দৈনন্দিন জীৱন প্ৰনালীত সামান্য পৰিৱৰ্তন কৰি সপোন পূৰ কৰিব প...
আপোনাৰ শৰীৰৰ এই ৰহস্য জানিলে হতবাক হব আপুনি | Amazing Facts About The Human Body
Переглядів 39 тис.21 день тому
আপোনাৰ শৰীৰৰ এই ৰহস্য জানিলে হতবাক হব আপুনি | Amazing Facts About The Human Body #knowledgefacts #amazingfacts #humanbody About This Video :- আমাৰ শৰীৰটোৰ সৈতে জড়িত এনেকুৱা কিছুমান ৰহস্য আছে যিবোৰৰ বিষয়ে জানিলে আপুনি আচৰিত হৈ পৰিব। নাক কানৰ পৰা আৰম্ভ কৰি জিভা বা ছালত থকা নোমখিনিলৈকে সকলোতে এক অদ্ভুত ৰহস্য লুকাই আছে। মানৱ শৰীৰৰ সৈতে জড়িত সেই ৰহস্যৰ বিষয়ে উল্লে আছে এই ভিডিঅটোত। Your Queries :- am...
ফ্ৰীজত এই ফল আৰু পাচলি ভুলটো নাৰাখিব | খালেই ভয়ংকৰ বিপদ নিশ্চিত | Assamese | Kitchen tips
Переглядів 125 тис.28 днів тому
ফ্ৰীজত এই ফল আৰু পাচলি ভুলটো নাৰাখিব | খালেই ভয়ংকৰ বিপদ নিশ্চিত | Assamese | Kitchen tips #kitchen #assamese #freeze #kitchentips About This Video ফ্ৰীজত কিছুমান ফল আৰু পাচলি একেবাৰে থব নালাগে। ফ্ৰীজত এই ফল আৰু পাচলি থলেই বিহ হৈ পৰিব আৰু সেয়া খালে মানুহৰ বিপদ নিশ্চিত। কোনবোৰ ফল আৰু পাচলি ফ্ৰীজত ৰাখিব নালাগে সেয়া উল্লে আছে এই ভিডিঅটোত। Your Queries ফ্ৰীজত নাৰাখিব এই পাচলি ফ্ৰীজত কি কি ৰাখিব নালা...
369 এটা চমৎকাৰী চিক্ৰেট ক’ড || এই ক'ড ব্যৱহাৰ কৰি মনৰ সকলো আশা পূৰণ কৰিব পাৰিব || Manifestation ||
Переглядів 26 тис.28 днів тому
369 এটা চমৎকাৰী চিক্ৰেট ক’ড || এই ক'ড ব্যৱহাৰ কৰি মনৰ সকলো আশা পূৰণ কৰিব পাৰিব || Manifestation || #manifest #lawofattraction #motivational About This Video ব্ৰহ্মাণ্ডৰ এক ছিক্ৰেত ক'ড 369. এই ক'ড ব্যৱহাৰ কৰি এদিনতে আপুনি মনৰ আশা পূৰণ কৰিব পাৰিব। এই 369 ক'ড আপুনি কেনেকৈ ব্যৱহাৰ কৰিব, সেয়া উল্লে আছে এই ভিডিঅটোত। এই ক'ডৰ আছে এক অদ্ভুত চমৎকাৰী শক্তি। এই ক'ডেৰে আপুনি কেনেকৈ ব্ৰহ্মাণ্ডৰ বন্ধ দুৱাৰ খু...
যিদিনাই এই ভিডিঅটো চাব সেই দিনাই আপোনাৰ ইচ্ছা পূৰণ হ'ব | 11:11ৰ চমৎকাৰ | Manifestation | Motivation
Переглядів 200 тис.Місяць тому
যিদিনাই এই ভিডিঅটো চাব সেই দিনাই আপোনাৰ ইচ্ছা পূৰণ হ'ব | 11:11ৰ চমৎকাৰ | Manifestation | Motivation #motivational #manifestation #manifest About This Video :- এক অদ্ভুত চমৎকাৰী শক্তিৰে ভৰপূৰ ৰহস্যময় সময়। যি সময়ত ব্ৰহ্মাণ্ডৰ সকলো দুৱাৰ খোল খাই থাকে। এই সময়খিনিৰ উচিত ব্যৱহাৰ কৰি ১১ দিনৰ ভিতৰত প্ৰতিজন মানুহেই মনৰ আশা পূৰণ কৰি লব পাৰিব। সেই ৰহস্যময় সময়ৰ বিষয়েই উল্লে আছে এই ভিডিঅটোত। Your Queries :-...
শাওনৰ যিকোনো এটা সোমবাৰে শিৱলিংগৰ পৰা উঠাই আনক এটা গুপ্ত বস্তু | Sawan 2024
Переглядів 80 тис.Місяць тому
শাওনৰ যিকোনো এটা সোমবাৰে শিৱলিংগৰ পৰা উঠাই আনক এটা গুপ্ত বস্তু | Sawan 2024 #assamese #sawan #sawanspecial About This Video শাওন মাহৰ যিকোনো এটা সোমবাৰে শিৱলিংগৰ পৰা উঠাই আনিব লাগে এটা গুপ্ত বস্তু। সেই বস্তুটো ঘৰৰ এটা স্থানত ৰাখিলে সকলো ধৰনৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰি। আৰ্থিক সমস্যা, ব্যৱসায়, চৰকাৰী চাকৰিত থকা সকলো বাধা দূৰ হয়, এই উপায় কৰিলে। শিৱলিংগৰ পৰা কি বিশেষ বস্তু আনিব লাগে সেয়া উল্লে আছে...
খালী পেটত চাহ খাই যদি সাৱধান | নকৰিব এই ২টা ভুল | চাহ খোৱাৰ পিছত নাখাব ৫টা বস্তু | Tea benefits
Переглядів 50 тис.Місяць тому
খালী পেটত চাহ খাই যদি সাৱধান | নকৰিব এই ২টা ভুল | চাহ খোৱাৰ পিছত নাখাব ৫টা বস্তু | Tea benefits
প্ৰতিজন পুৰুষেই পত্নীৰ ৩টা বস্তু লাজ নকৰাকৈ চাব লাগে || এজন ৰজাৰ এটা আচৰিত কাহিনী || Motivational ||
Переглядів 141 тис.Місяць тому
প্ৰতিজন পুৰুষেই পত্নীৰ ৩টা বস্তু লাজ নকৰাকৈ চাব লাগে || এজন ৰজাৰ এটা আচৰিত কাহিনী || Motivational ||
কেৰেলা খোৱাৰ পিছত ভুলটো নাখাব এই ৩টা বস্তু | ভয়ানক বেমাৰ হ'ব পাৰে | Assamese health care | Health |
Переглядів 57 тис.Місяць тому
কেৰেলা খোৱাৰ পিছত ভুলটো নাখাব এই ৩টা বস্তু | ভয়ানক বেমাৰ হ'ব পাৰে | Assamese health care | Health |
মৰি গলেও এই ৫টা বস্তু খাদ্য ভুলটো নাখাব || খালেই মৃত্যু নিশ্চিত | 5 poisonous foods | dangerous food
Переглядів 29 тис.Місяць тому
মৰি গলেও এই ৫টা বস্তু খাদ্য ভুলটো নাখাব || খালেই মৃত্যু নিশ্চিত | 5 poisonous foods | dangerous food
৯০% মানুহেই নহৰু খাব নাজানে | আপুনিও নহৰু এই ধৰনে খাই নেকি? যদি এই ভুল আপুনিও কৰে সাৱধান | Garlic ||
Переглядів 143 тис.Місяць тому
৯০% মানুহেই নহৰু খাব নাজানে | আপুনিও নহৰু এই ধৰনে খাই নেকি? যদি এই ভুল আপুনিও কৰে সাৱধান | Garlic ||
আহি আছে বছৰৰ শেষৰটো ডাঙৰ সূৰ্য্য গ্ৰহণ | কি কি ৰাশিৰ কপাল ফুলিব জানি লওক | Surya grahan 2024
Переглядів 50 тис.Місяць тому
আহি আছে বছৰৰ শেষৰটো ডাঙৰ সূৰ্য্য গ্ৰহণ | কি কি ৰাশিৰ কপাল ফুলিব জানি লওক | Surya grahan 2024
এজন ২৫০০ বছৰীয়া বাবাৰ অদ্ভুত ৰহস্যময় সত্য কাহিনী |Mahaavatarbaba | Mystery of himalayas| Motivation
Переглядів 95 тис.Місяць тому
এজন ২৫০০ বছৰীয়া বাবাৰ অদ্ভুত ৰহস্যময় সত্য কাহিনী |Mahaavatarbaba | Mystery of himalayas| Motivation
শাওনৰ যিকোনো এটা সোমবাৰে হাতত পিন্ধক এই বিশেষ বস্তুটো | ২৪ ঘন্টাত মনোকামনা পূৰ হ'ব | Sawan ka Somwar
Переглядів 59 тис.Місяць тому
শাওনৰ যিকোনো এটা সোমবাৰে হাতত পিন্ধক এই বিশেষ বস্তুটো | ২৪ ঘন্টাত মনোকামনা পূৰ হ'ব | Sawan ka Somwar
ৰথযাত্ৰাৰ সময়ত মাজনিশা জগন্নাথৰ গৰ্ভগৃহত মনে মনে সোমাল এজনী ছোৱালী | বুকু কপি উঠা ঘটনা | Jagannath |
Переглядів 284 тис.Місяць тому
ৰথযাত্ৰাৰ সময়ত মাজনিশা জগন্নাথৰ গৰ্ভগৃহত মনে মনে সোমাল এজনী ছোৱালী | বুকু কপি উঠা ঘটনা | Jagannath |
চাকি জ্বলাওতে সাৱধান | যদি বাৰে বাৰে নুমাই যায় আপুনি পাব ২টা ভয়ংকৰ সংকেত | Deepak
Переглядів 48 тис.Місяць тому
চাকি জ্বলাওতে সাৱধান | যদি বাৰে বাৰে নুমাই যায় আপুনি পাব ২টা ভয়ংকৰ সংকেত | Deepak
এনেকৈ শৰীৰৰ লেতেৰা ছাফা কৰক | ১০৮ বেমাৰৰ পৰা বাচি যাব | ৰাতিপুৱা খাওঁক এইকেইটা বস্তু | Motivational
Переглядів 53 тис.Місяць тому
এনেকৈ শৰীৰৰ লেতেৰা ছাফা কৰক | ১০৮ বেমাৰৰ পৰা বাচি যাব | ৰাতিপুৱা খাওঁক এইকেইটা বস্তু | Motivational
আপোনাৰ নাভিতেই লুকাই আছে এটা ডাঙৰ ৰহস্য || নাভিত তেল দিয়াৰ চমৎকাৰী লাভ || Ayurveda || Motivation ||
Переглядів 24 тис.Місяць тому
আপোনাৰ নাভিতেই লুকাই আছে এটা ডাঙৰ ৰহস্য || নাভিত তেল দিয়াৰ চমৎকাৰী লাভ || Ayurveda || Motivation ||
এই চমৎকাৰী পাতে আপোনাৰ ৮টা বেমাৰ ভাল কৰিব | য'তেই পায় ছিঙি আনক | Pipal tree | Motivational Video |
Переглядів 14 тис.Місяць тому
এই চমৎকাৰী পাতে আপোনাৰ ৮টা বেমাৰ ভাল কৰিব | য'তেই পায় ছিঙি আনক | Pipal tree | Motivational Video |
এই ১টা বস্তু খাওক | কেতিয়াও চশমা পিন্ধিব নালাগে | চকুৰ সকলো সমস্যা শেষ হ'ব | Best Foods For Eyes ||
Переглядів 73 тис.Місяць тому
এই ১টা বস্তু খাওক | কেতিয়াও চশমা পিন্ধিব নালাগে | চকুৰ সকলো সমস্যা শেষ হ'ব | Best Foods For Eyes ||
ৰাতিপুৱা উঠিয়েই এই ২টা শব্দ উচ্চাৰণ কৰিলে বেলেগে পূজা কৰাৰ দৰকাৰ নাই | Mrityunjaya mantra
Переглядів 24 тис.Місяць тому
ৰাতিপুৱা উঠিয়েই এই ২টা শব্দ উচ্চাৰণ কৰিলে বেলেগে পূজা কৰাৰ দৰকাৰ নাই | Mrityunjaya mantra

КОМЕНТАРІ